Posts

Showing posts from May, 2017

SEBA HSLC-AHM RESULTS 2017

Image
To check the results of HSLC and AHM - 2017, Simply click the following links..... ২০১৭ বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ৰিজাল্টৰ বাবে তলত দিয়া লিংক কেইটাৰ জৰিয়তে চাওঁক... Check the following :-  resultsassam indiaresults (recommended ) seba.net.in sebaonline (official) JagaranJosh You can also check the result by sending sms in the following ways :-  তলত দিয়া উপায়েৰে SMS যোগেও লাভ কৰিব পাৰিব ফলাফল ----------------------------------------------- ⚫ BSNL গ্ৰাহকে টাইপ কৰক SEBA17<space><roll number> আৰু পঠিয়াওক 57766 নম্বৰলৈ। ⚫ Idea/Vodafone/Reliance/TATAৰ গ্ৰাহকে টাইপ কৰক AS10<space><roll number> আৰু পঠিয়াওক 58888111 নম্বৰলৈ। ⚫ Airtel গ্ৰাহকে টাইপ কৰক AS10<space><roll number> আৰু পঠিয়াওক 5207011 নম্বৰলৈ। ⚫ Airtel, Vodafone গ্ৰাহকে ডায়েল কৰক *588# ⚫ Idea, Aircel গ্ৰাহকেও ডায়েল কৰক *588#

ASSAM HIGHER SECONDARY FINAL RESULT 2017

Image
ASSAM HIGHER SECONDARY FINAL EXAMINATION RESULTS, 2017 Click the following links to check your result : ahsec.nic.in indiaresults resultsout knowyourresult

কল্পনাৰ এটি সন্ধিয়া

কল্পনাৰ এটি সন্ধিয়া বহু সময় ধৰি বাছখন অপেক্ষা কৰি মোৰ বেজাৰ লাগি গ'ল। কিন্তু সেই বৰষুণ বতৰৰ দুপৰীয়াটোত এজনো চিনাকি বাইক আৰোহী নোলাল। অফিচৰ অৰ্ধছুটীৰ দিনা সোনকালে ঘৰটো পালে ভালেই লাগে। কিন্তু আজি কি হ'ল বা বাছকেইখনৰ ! দেখাদেখিয়েই নাই। সেয়ে গৰম কফি একাপ খাবলৈ বুলি বাছ-আস্থানটোৰ গাতে লাগি থকা হোটেলখনত সোমালো। একাপ কফি অৰ্ডাৰ দিলো। হোটেলৰ টিভিটোত মালিক আৰু কেইজনমান গ্ৰাহকে ভাৰত-শ্ৰীলংকাৰ দিবা-নৈশ ক্ৰিকেট খেল এখন উপভোগ কৰি আছিল। কফিকাপ শেষ হোৱালৈ ময়ো চাই থাকিলো। বাছ ৰখাৰ বেজাৰটো আকৌ লাগিবলৈ ধৰিলে। যিদিনা সোনকালে ঘৰ গৈ ভালকৈ জিৰাম বুলি ভাবিছিলো, সেইদিনাই এই আহুকাল হ'বলৈ পালেনে বুলি ভাবি বৰ খং উঠিল। উপায় নাই হৈ পুনৰ বাছৰ বাবে অপেক্ষাত ৰৈ গ'লো। ৫ মিনিটমানৰ পিছত এখন বাছ অৱশ্যে আহিল, কিন্তু মানুহবোৰ পাণ জপাদি আনিছে। নাই মোমাইতকৈ কণা মোমাইয়ে ভাল বুলি সেইখনত উঠিলো। দুৱাৰমুখত হেণ্ডমেনজনৰ কাষত থিয় হৈয়েই গন্তব্যস্থানৰ দিশে আগবাঢ়িঁলো। কিছুদুৰ যোৱাৰ পিছত চাৰিআলিটোত বহুকেইজন যাত্ৰী নামিল। মই তেতিয়া অলপ ভিতৰ সোমাই গ'লো। পিছৰ ষ্টপেজটোত মোৰ ওচৰত বহি থকা ল'ৰা এজনো নামিল আৰ

SORRY YOU ARE NOT OF MY TYPE by Sudeep Nagarkar

Image
Download the best seller ebook of Sudeep Nagarkar  SORRY YOU ARE NOT OF MY TYPE  from the following link. DOWNLOAD :  Sorry You Are Not of My Type

বাস্তৱ

☮☮ বাস্তৱ ☮☮ (১) সিপাৰে তোৰ ঘৰ ইপাৰত মোৰ, মাজতে এখন প্ৰকাণ্ড দেৱাল... অভ্ৰভেদী দেৱাল.. ভাঙিবও নোৱাৰি.. পাৰ হবওঁ নোৱাৰি... ইফালে শুকান মৰিশালি.. পিয়াহত বিচাৰি ফুৰিছে পানী... কিন্তু সিফালে সতেজ ঘাঁহনি.. আছে নদী...বৈ গৈছে নিজৰা.. (২) দেৱালৰ কাষত হেজাৰ মানুহ.. ঢাপলি মেলিব গৈছে সিপাৰলৈ বুলি.. কিন্তু পাৰা নাই... সকলো বিমুখ..কাৰণ তাত কেৱল আছে এখন সৰু দুৱাৰ.. কিন্তু আছে অস্ত্ৰধাৰী দ্বাৰৰক্ষী.. নাই নাই..যাব দিয়া নাই.. কাকো যাবলৈ দিয়া হোৱা নাই.. (৩) সিহঁতে পৰীক্ষা কৰা আৰম্ভ কৰিছে ইপাৰৰ মানৱৰ প্ৰতিটো কৰ্ম.. প্ৰতিটো মূহুৰ্ত.. দিছে মাৰ্ক...উলিয়াইছে ৰেংক.. (৪) দুই এজন যাব ধৰিছে.. সেই সৰু দুৱাৰখনেৰে.. শিশুবোৰ প্ৰথমে গৈছে.. কাৰণ সিহঁতৰ ৰেংক আগত.. নাই কৰা সিহঁতে তেনে কোনো অপৰাধ নাই কৰা কোনো হানি প্ৰকৃতিৰ.. সিহঁতে যে নহয় নিষ্ঠুৰ মোৰ দৰে.. (৫) কি কৰিলো মই..কি কৰিলো. অনুতাপৰ জ্বালাত মৰিছো মই... কেনেকৈ নিবাৰণ কৰোঁ মোৰ তৃষ্ণা. কেনেকৈ আতৰি যাওঁ এই আৰ্দ্ৰতাৰ পৰা... এই দুৰ্বিষহ জীৱনৰ পৰা.. যদি মই গছবোৰ নাকাট

জীৱনৰ ৰামধেনু

জীৱনৰ ৰামধেনু বহু সময় ধৰি বাছখন অপেক্ষা কৰি মোৰ বেজাৰ লাগি গ'ল। কিন্তু সেই বৰষুণ বতৰৰ দুপৰীয়াটোত এজনো চিনাকি বাইক আৰোহী নোলাল। অফিচৰ অৰ্ধছুটীৰ দিনা সোনকালে ঘৰটো পালে ভালেই লাগে। কিন্তু আজি কি হ'ল বা বাছকেইখনৰ ! দেখাদেখিয়েই নাই। সেয়ে গৰম কফি একাপ খাবলৈ বুলি বাছ-আস্থানটোৰ গাতে লাগি থকা হোটেলখনত সোমালো। একাপ কফি অৰ্ডাৰ দিলো। হোটেলৰ টিভিটোত মালিক আৰু কেইজনমান গ্ৰাহকে ভাৰত-শ্ৰীলংকাৰ দিবা-নৈশ ক্ৰিকেট খেল এখন উপভোগ কৰি আছিল। কফিকাপ শেষ হোৱালৈ ময়ো চাই থাকিলো। বাছ ৰখাৰ বেজাৰটো আকৌ লাগিবলৈ ধৰিলে। যিদিনা সোনকালে ঘৰ গৈ ভালকৈ জিৰাম বুলি ভাবিছিলো, সেইদিনাই এই আহুকাল হ'বলৈ পালেনে বুলি ভাবি বৰ খং উঠিল। উপায় নাই হৈ পুনৰ বাছৰ বাবে অপেক্ষাত ৰৈ গ'লো। ৫ মিনিটমানৰ পিছত এখন বাছ অৱশ্যে আহিল, কিন্তু মানুহবোৰ পাণ জপাদি আনিছে। নাই মোমাইতকৈ কণা মোমাইয়ে ভাল বুলি সেইখনত উঠিলো। দুৱাৰমুখত হেণ্ডমেনজনৰ কাষত থিয় হৈয়েই গন্তব্যস্থানৰ দিশে আগবাঢ়িঁলো। কিছুদুৰ যোৱাৰ পিছত চাৰিআলিটোত বহুকেইজন যাত্ৰী নামিল। মই তেতিয়া অলপ ভিতৰ সোমাই গ'লো। পিছৰ ষ্টপেজটোত মোৰ ওচৰত বহি থকা ল'ৰা এজনো নামিল আৰ