ASSAM HIGHER SECONDARY FINAL RESULT 2017 Get link Facebook Twitter Pinterest Email Other Apps 10:13:00 AM ASSAM HIGHER SECONDARY FINAL EXAMINATION RESULTS, 2017 Click the following links to check your result : ahsec.nic.in indiaresults resultsout knowyourresult Get link Facebook Twitter Pinterest Email Other Apps Comments
PUB KAMRUP COLLEGE Admission 2017-18 10:03:00 AM পূব কামৰূপ মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আবেদন... নামনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত ২০১৭-১৮ শিক্ষাবৰ্ষৰ বাবে ৫-০৬-২০১৭ ইং তাৰিখ, সোমবাৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হব। আবেলি ২ বজাৰ পৰা মহাবিদ্যালয়ৰ ৱেবচাইটত এই আবেদন গ্ৰহণ কৰা হব। উক্ত প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য আৰু লিংক তলত আগবঢ়োৱা হ'ল। 📌 তলত উল্লেখ কৰা শ্ৰেণী তথা বিভাগ/শাখা সমূহৰ বাবে আবেদন গ্ৰহণ কৰা হব.. ১. উচ্চতৰ মাধ্যমিক কলা (আসন - ২৫০) আৰু বিজ্ঞান (আসন - ১০০) শাখা ১বৰ্ষ ২. স্নাতক ১ম বৰ্ষ কলা (আসন - ৪৫০) আৰু বিজ্ঞান (আসন-২৫০) শাখা ৩. B.VOC / BBA/ BCA ১ম ষাণ্মাসিক । আবেদন প্ৰক্ৰিয়া :- প্ৰয়োজনীয় তথ্য : ১.আবেদনকাৰীৰ এখন পাছপৰ্ট ফটোৰ scanned কপি (ফটোৰ আকাৰ ৫০ KB তকৈ কম হব লাগিব ) ২. আবেদনকাৰীৰ উকা বগা কাগজত কৰা চহী scanned কপি ( ফটোৰ আকাৰ ৫০ KB তকৈ কম হব লাগিব ) ৩. HSLC সম্বন্ধীয় সকলো নথি পত্ৰ লগত ৰাখিব। ৪. এটা সক্ৰিয় মোবাইল নাম্বাৰ । বিশেষ জানিবলগীয়া :- 🏷 নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ দশম শ্ৰেণীৰ পৰীক্ষা বা তাৰ সমপৰ্যায়ৰ পৰীক্ষা ( Read more
Mamore Dhora Tarowal by Mamani Raisam Goswami 10:43:00 AM মামণি ৰয়ছম গোস্বামী বাইদেউৰ অনন্য সৃষ্টি " মামৰে ধৰা তৰোৱাল " https://drive.google.com/file/d/0B_rVaNi8cikwdXNvbUN0Y051VFE/view?usp=drivesdk Download Read more
তুমি কবিতা ইত্যাদি 8:46:00 PM তুমি কবিতা ইত্যাদি তুমি কবিতা, মই কবি মোৰ হৃদয়ত তোমাৰ সৃষ্টি। মোৰ হৃদয়ৰ কলমত গুঞ্জৰি উঠা ছন্দবিহীন তোমাৰ ভাষাবোৰ আৰু তাত ভাঁহি থকা মসৃণ মৰমবোৰ... নালাগে সময় মোৰ তোমাক আওৰাবলৈ, প্ৰতি মূহুৰ্ততেই তোমাৰ সৃষ্টি। কবিৰ অবিহনে যেনেকৈ কবিতাবোৰ আধৰুৱা, তেনেকৈ তোমাৰ অবিহনে মই। ভগৱানে তোমাক স্ৰজিছিল হয় সঁচা, কিন্তু কবিতাৰ ৰূপ দিলো মই। এতিয়াও বিবুদ্ধিত পৰো, আৰু নিজকে প্ৰশ্ন কৰোঁ যে তোমাৰ বাবে এই কবিতাৰ সৃষ্টি নে এই কবিতাই দিলে তোমাক ৰূপ ! ! 📄📄 টিংকু মণি শৰ্মা Read more
Comments