Posts

Showing posts from June, 2017

HS 1ST YEAR (Arts & Science) MERIT LIST : PUB KAMRUP COLLEGE

Check the following link to download the merit list of PUB KAMRUP COLLEGE (Admission is on 16-06-2017) HS 1st year Arts HS 1st year SCIENCE 👉👉 Merit list of TDC and other courses will be available here just on the day before the date of admission.

PUB KAMRUP COLLEGE Admission 2017-18

Image
পূব কামৰূপ মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আবেদন... নামনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত ২০‍১৭-১৮ শিক্ষাবৰ্ষৰ বাবে ৫-০৬-২০১৭ ইং তাৰিখ, সোমবাৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হব। আবেলি ২ বজাৰ পৰা  মহাবিদ্যালয়ৰ ৱেবচাইটত এই আবেদন গ্ৰহণ কৰা হব। উক্ত প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য আৰু লিংক তলত আগবঢ়োৱা হ'ল।  📌  তলত উল্লেখ কৰা শ্ৰেণী তথা বিভাগ/শাখা সমূহৰ বাবে আবেদন গ্ৰহণ কৰা হব.. ১. উচ্চতৰ মাধ্যমিক কলা (আসন - ২৫০) আৰু বিজ্ঞান (আসন - ১০০) শাখা ১বৰ্ষ  ২. স্নাতক ১ম বৰ্ষ কলা (আসন - ৪৫০) আৰু বিজ্ঞান  (আসন-২৫০) শাখা ৩. B.VOC / BBA/ BCA ১ম ষাণ্মাসিক । আবেদন প্ৰক্ৰিয়া :- প্ৰয়োজনীয় তথ্য : ১.আবেদনকাৰীৰ এখন পাছপৰ্ট ফটোৰ scanned কপি (ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব ) ২. আবেদনকাৰীৰ উকা বগা কাগজত কৰা চহী scanned কপি ( ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব ) ৩. HSLC সম্বন্ধীয় সকলো নথি পত্ৰ লগত ৰাখিব। ৪. এটা সক্ৰিয় মোবাইল নাম্বাৰ । বিশেষ জানিবলগীয়া :- 🏷 নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ দ...

EDUCATION SYSTEM OF ASSAM

Image
অসমত উচ্চ শিক্ষা আৰু ইয়াৰ  ব্যৱস্থা 📝📝 টিংকুমণি শৰ্মা মোৰ ব্যক্তিগত মত...কোনোবাই বিৰোধ কৰিলেও বেয়া নাপাওঁ... " কলেজবোৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী শাখাটো উঠাই দিব লাগে...কাৰণ কলেজ সমূহত এই দুটা শাখাত গুৰুত্ব কমকৈ দিয়া দেখা যায়...লগতে এই শাখা দুটাৰ বাবে ডিগ্ৰী লেভেলত বহু প্ৰভাৱ পৰা দেখা যায়...পৰীক্ষাৰ বাবে ক্লাছৰ ক্ষতি...পৰ্যাপ্ত পৰিমাণৰ ক্লাছৰ অভাৱ...আদি বহুটো..." " ইয়াৰ বিকল্প হিচাপে দুটা ব্যৱস্থা লব লাগে.... ১) SEBA আৰু AHSEC ৰ সংস্কাৰ ঘটাই  উচ্চতৰ মাধ্যমিক শাখাটো কলেজৰ পৰা উঠাই আনি উচ্চ মাধ্যমিকৰ লগত সংযোগ কৰি বৰ্তমান থকা হাইস্কুল সমূহ হায়াৰ ছেকেণ্ডেৰী কৰিব লাগে । ইয়াৰ ফলত নতুন নিয়োগৰ সৃষ্টি হব। লগতে শিক্ষাৰ এটা বিশেষ মানদণ্ড গঠন হব। তাৰ লগতে নতুনকৈ নিযুক্ত দক্ষ শিক্ষকসকলৰ পৰা জ্ঞান লাভ কৰি বিশেষকৈ নবম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হব। ২) অন্যথা...হায়াৰ ছেকেণ্ডেৰী আৰু কলেজসমূহৰ পৰা হায়াৰ ছেকেণ্ডেৰী শাখাটো উঠাই আনি AHSEC ৰ সংস্কাৰৰ যোগেদি নতুন নতুন চৰকাৰী জুনিয়ৰ কলেজৰ সৃষ্টি কৰিব লাগে য'ত কেবল উচ্চতৰ মাধ্যমিকৰ পাঠদান হে কৰা হব। এন...