পূব কামৰূপ মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আবেদন...         নামনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত ২০১৭-১৮ শিক্ষাবৰ্ষৰ বাবে ৫-০৬-২০১৭ ইং তাৰিখ, সোমবাৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হব। আবেলি ২ বজাৰ পৰা  মহাবিদ্যালয়ৰ ৱেবচাইটত এই আবেদন গ্ৰহণ কৰা হব। উক্ত প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য আৰু লিংক তলত আগবঢ়োৱা হ'ল।        📌  তলত উল্লেখ কৰা শ্ৰেণী তথা বিভাগ/শাখা সমূহৰ বাবে আবেদন গ্ৰহণ কৰা হব..     ১. উচ্চতৰ মাধ্যমিক কলা (আসন - ২৫০) আৰু বিজ্ঞান (আসন - ১০০) শাখা ১বৰ্ষ    ২. স্নাতক ১ম বৰ্ষ কলা (আসন - ৪৫০) আৰু বিজ্ঞান  (আসন-২৫০) শাখা  ৩. B.VOC / BBA/ BCA ১ম ষাণ্মাসিক ।   আবেদন প্ৰক্ৰিয়া :-   প্ৰয়োজনীয় তথ্য :  ১.আবেদনকাৰীৰ এখন পাছপৰ্ট ফটোৰ scanned কপি (ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব )  ২. আবেদনকাৰীৰ উকা বগা কাগজত কৰা চহী scanned কপি ( ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব )  ৩. HSLC সম্বন্ধীয় সকলো নথি পত্ৰ লগত ৰাখিব।  ৪. এটা সক্ৰিয় মোবাইল নাম্বাৰ ।   বিশেষ জানিবলগীয়া :-  🏷 নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ দ...
 
Comments
pikashow Picasso Apps is a video streaming platform from where you can watch TV Shows, Web Series, IPL Live, and the Latest Movies for free.