সৃষ্টি

সৃষ্টিৰ  অন্য নাম তুমি

তুমিয়েই তুমি মন্দাকিনী
তোমাৰ নামতেই হয় নৱ-সৃষ্টি
এন্ধাৰ গচকি ফুৰা তুমি
লৈ ফুৰা স্নিগ্ধ জ্যোতি
তোমাৰ পোহৰতেই আজি
উজলি উঠে সমগ্ৰ জগতৰাজি ৷৷

Comments

Popular posts from this blog

PUB KAMRUP COLLEGE Admission 2017-18

তুমি কবিতা ইত্যাদি