PUB KAMRUP COLLEGE Admission 2017-18

পূব কামৰূপ মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আবেদন...



নামনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত ২০‍১৭-১৮ শিক্ষাবৰ্ষৰ বাবে ৫-০৬-২০১৭ ইং তাৰিখ, সোমবাৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হব। আবেলি ২ বজাৰ পৰা  মহাবিদ্যালয়ৰ ৱেবচাইটত এই আবেদন গ্ৰহণ কৰা হব। উক্ত প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য আৰু লিংক তলত আগবঢ়োৱা হ'ল। 


📌 তলত উল্লেখ কৰা শ্ৰেণী তথা বিভাগ/শাখা সমূহৰ বাবে আবেদন গ্ৰহণ কৰা হব..

১. উচ্চতৰ মাধ্যমিক কলা (আসন - ২৫০) আৰু বিজ্ঞান (আসন - ১০০) শাখা ১বৰ্ষ 
২. স্নাতক ১ম বৰ্ষ কলা (আসন - ৪৫০) আৰু বিজ্ঞান  (আসন-২৫০) শাখা
৩. B.VOC / BBA/ BCA ১ম ষাণ্মাসিক ।

আবেদন প্ৰক্ৰিয়া :-

প্ৰয়োজনীয় তথ্য :
১.আবেদনকাৰীৰ এখন পাছপৰ্ট ফটোৰ scanned কপি (ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব )
২. আবেদনকাৰীৰ উকা বগা কাগজত কৰা চহী scanned কপি ( ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব )
৩. HSLC সম্বন্ধীয় সকলো নথি পত্ৰ লগত ৰাখিব।
৪. এটা সক্ৰিয় মোবাইল নাম্বাৰ ।

বিশেষ জানিবলগীয়া :-
🏷 নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ দশম শ্ৰেণীৰ পৰীক্ষা বা তাৰ সমপৰ্যায়ৰ পৰীক্ষা ( উচ্চতৰ মাধ্যমিক) আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত আধাৰিত হব।
🏷 ভাৰত চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাৰ ওপৰত ই আধাৰিত হব ( মহাবিদ্যালয়ৰ দ্বাৰা কোনো বিশেষ সংৰক্ষণ ব্যৱস্থা নাই)
🏷 নামভৰ্তিৰ সময়ত সকলো ORIGINAL DOCUMENTS উপস্থাপন কৰিব লাগিব আৰু প্ৰতিবিধ DOCUMENTS ৰ স্ব-স্বাক্ষৰিত ফটোকপি জমা দিব লাগিব।


এতিয়া আবেদনৰ বাবে মহাবিদ্যালয়ৰ ৱেবচাইট www.pubkamrupcollege.co.in খোলক। তাৰ  পিছত তাত উল্লেখিত APPLY OILINE লিংকত ক্লিক কৰক। অন্যথা Click Me to APPLY ONLINE  ক্লিক কৰক ।
বিভিন্ন যাৱতীয় তথ্য, প্ৰস্পেক্টাছ আদিৰ বাবে তলৰ লিংক সমূহত ক্লিক কৰক : -

১.  Pub Kamrup College Prospectus 2017-18
২. Free Admission Notice
৩. Fees structure
৪. Subject Combination for degree courses
৫. Anti ragging form
৬. How to Apply
৭. Notice Regarding Free Admission


আবেদন মাচুল : ২০০ টকা
মাচুল জমা ব্যৱস্থা : অনলাইন ( BHIM app/ Credit/ Debit card / Net Banking )

নামভৰ্তি তথা আবেদন সম্পৰ্কীয় যিকোনো অসুবিধাৰ বাবে যোগাযোগ কৰিব পাৰে তলৰ তথ্যত :  98640-57202

যান্ত্ৰিক অসুবিধাৰ বাবে : 70022-59276 , 98649-38915
ইমেইল : arupsarmah21@gmail.com

( তদুপৰি  মোৰ 87219-21881 হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব পাৰে। সাধ্য অনুসাৰে সহায় কৰিবলৈ চেষ্টা কৰিম।  )
 বিভিন্ন তথ্যৰ ফটো তলত আপোলোড কৰা হৈছে :-

১. Course Tree


2. Programmes with Seat Capacity



৪. Dates and Time of Admissions :




৫. Govt. Notice on Free Admission



৩. Glimpses of  Pub Kamrup College





👉👉  বিঃ দ্ৰঃ - বিভিন্ন তথ্যৰ পৰিৱৰ্তন সম্পৰ্কে অৱগত হৈ থাকিবলৈ মহাবিদ্যালয়ৰ ৱেবচাইট www.pubkamrupcollege.co.in দৰ্শন কৰি থাকক। 

Comments

Sandeep said…
Thanks for the great info. Awesome Post.

Sandeep
BASANT KUMAR said…
7starhd Welcome to our comprehensive guide on the 7starhd website and the array of services it provides.

pikashow Picasso Apps is a video streaming platform from where you can watch TV Shows, Web Series, IPL Live, and the Latest Movies for free.

Popular posts from this blog

তুমি কবিতা ইত্যাদি