PUB KAMRUP COLLEGE Admission 2017-18

পূব কামৰূপ মহাবিদ্যালয়ত নাম ভৰ্তিৰ বাবে আবেদন...



নামনি অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত ২০‍১৭-১৮ শিক্ষাবৰ্ষৰ বাবে ৫-০৬-২০১৭ ইং তাৰিখ, সোমবাৰৰ পৰা অনলাইন আবেদন গ্ৰহণ কৰা হব। আবেলি ২ বজাৰ পৰা  মহাবিদ্যালয়ৰ ৱেবচাইটত এই আবেদন গ্ৰহণ কৰা হব। উক্ত প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সকলো তথ্য আৰু লিংক তলত আগবঢ়োৱা হ'ল। 


📌 তলত উল্লেখ কৰা শ্ৰেণী তথা বিভাগ/শাখা সমূহৰ বাবে আবেদন গ্ৰহণ কৰা হব..

১. উচ্চতৰ মাধ্যমিক কলা (আসন - ২৫০) আৰু বিজ্ঞান (আসন - ১০০) শাখা ১বৰ্ষ 
২. স্নাতক ১ম বৰ্ষ কলা (আসন - ৪৫০) আৰু বিজ্ঞান  (আসন-২৫০) শাখা
৩. B.VOC / BBA/ BCA ১ম ষাণ্মাসিক ।

আবেদন প্ৰক্ৰিয়া :-

প্ৰয়োজনীয় তথ্য :
১.আবেদনকাৰীৰ এখন পাছপৰ্ট ফটোৰ scanned কপি (ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব )
২. আবেদনকাৰীৰ উকা বগা কাগজত কৰা চহী scanned কপি ( ফটোৰ আকাৰ  ৫০ KB তকৈ কম হব লাগিব )
৩. HSLC সম্বন্ধীয় সকলো নথি পত্ৰ লগত ৰাখিব।
৪. এটা সক্ৰিয় মোবাইল নাম্বাৰ ।

বিশেষ জানিবলগীয়া :-
🏷 নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ দশম শ্ৰেণীৰ পৰীক্ষা বা তাৰ সমপৰ্যায়ৰ পৰীক্ষা ( উচ্চতৰ মাধ্যমিক) আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত আধাৰিত হব।
🏷 ভাৰত চৰকাৰৰ সংৰক্ষণ ব্যৱস্থাৰ ওপৰত ই আধাৰিত হব ( মহাবিদ্যালয়ৰ দ্বাৰা কোনো বিশেষ সংৰক্ষণ ব্যৱস্থা নাই)
🏷 নামভৰ্তিৰ সময়ত সকলো ORIGINAL DOCUMENTS উপস্থাপন কৰিব লাগিব আৰু প্ৰতিবিধ DOCUMENTS ৰ স্ব-স্বাক্ষৰিত ফটোকপি জমা দিব লাগিব।


এতিয়া আবেদনৰ বাবে মহাবিদ্যালয়ৰ ৱেবচাইট www.pubkamrupcollege.co.in খোলক। তাৰ  পিছত তাত উল্লেখিত APPLY OILINE লিংকত ক্লিক কৰক। অন্যথা Click Me to APPLY ONLINE  ক্লিক কৰক ।
বিভিন্ন যাৱতীয় তথ্য, প্ৰস্পেক্টাছ আদিৰ বাবে তলৰ লিংক সমূহত ক্লিক কৰক : -

১.  Pub Kamrup College Prospectus 2017-18
২. Free Admission Notice
৩. Fees structure
৪. Subject Combination for degree courses
৫. Anti ragging form
৬. How to Apply
৭. Notice Regarding Free Admission


আবেদন মাচুল : ২০০ টকা
মাচুল জমা ব্যৱস্থা : অনলাইন ( BHIM app/ Credit/ Debit card / Net Banking )

নামভৰ্তি তথা আবেদন সম্পৰ্কীয় যিকোনো অসুবিধাৰ বাবে যোগাযোগ কৰিব পাৰে তলৰ তথ্যত :  98640-57202

যান্ত্ৰিক অসুবিধাৰ বাবে : 70022-59276 , 98649-38915
ইমেইল : arupsarmah21@gmail.com

( তদুপৰি  মোৰ 87219-21881 হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব পাৰে। সাধ্য অনুসাৰে সহায় কৰিবলৈ চেষ্টা কৰিম।  )
 বিভিন্ন তথ্যৰ ফটো তলত আপোলোড কৰা হৈছে :-

১. Course Tree


2. Programmes with Seat Capacity



৪. Dates and Time of Admissions :




৫. Govt. Notice on Free Admission



৩. Glimpses of  Pub Kamrup College





👉👉  বিঃ দ্ৰঃ - বিভিন্ন তথ্যৰ পৰিৱৰ্তন সম্পৰ্কে অৱগত হৈ থাকিবলৈ মহাবিদ্যালয়ৰ ৱেবচাইট www.pubkamrupcollege.co.in দৰ্শন কৰি থাকক। 
Post a Comment

Popular posts from this blog

SEBA HSLC-AHM RESULTS 2017